"network:///" location'ত প্ৰদৰ্শনযোগ্য DNS-SD'ৰ তালিকা, কমা চিহ্ন দ্বাৰা বিভাজিত সম্ভব মান "merged", "separate" ও "disabled" । ব্যবহাৰকাৰী যে Windows নেটৱৰ্কিং ৱৰ্কগ্ৰুপ অথবা ডোমেইনেৰ অংশ । নতুন ৱৰ্কগ্ৰুপ সম্পূৰ্ণৰূপে সক্ৰিয় কৰাৰ জন্য ব্যবহাৰকাৰীকে সম্ভবত লগ-আউট কৰে পুনৰায় লগ-ইন কৰতে হবে । প্ৰক্সি কনফিগাৰ কৰাৰ জন্য ব্যবহৃত মান প্ৰস্তুতকাৰী URL । প্ৰক্সি কৰাৰ উদ্দেশ্যে ব্যবহৃত মেশিনেৰ পোৰ্ট "/system/proxy/socks_host" দ্বাৰা ব্যাখ্যা কৰা হয় । socks প্ৰক্সিৰ জন্য ব্যবহাৰযোগ্য মেশিনেৰ নাম । প্ৰক্সি কৰাৰ উদ্দেশ্যে ব্যবহৃত মেশিনেৰ পোৰ্ট "/system/proxy/ftp_host" দ্বাৰা ব্যাখ্যা কৰা হয় । FTP প্ৰক্সিৰ জন্য ব্যবহাৰযোগ্য মেশিনেৰ নাম । প্ৰক্সি কৰাৰ উদ্দেশ্যে ব্যবহৃত মেশিনেৰ পোৰ্ট "/system/proxy/secure_host" দ্বাৰা ব্যাখ্যা কৰা হয় । নিৰাপদ HTTP প্ৰক্সিৰ জন্য ব্যবহাৰযোগ্য মেশিনেৰ নাম । প্ৰক্সি বিন্যাস মোড নিৰ্বাচন কৰুন । সমৰ্থিত মান হল "none", "manual", "auto" । প্ৰক্সিৰ (যদি সক্ৰিয়) পৰিবৰ্তে সৰাসৰি সংযোগকাৰী হোস্টেৰ তালিকা এই কি দ্বাৰা উল্লিখিত হয়েছে । হোস্ট-নেম, ডোমেইন (প্ৰাৰম্ভিক ৱইল্ডকাৰ্ডসহ যেমন *.foo.com), IP হোস্ট ঠিকানা (IPv4 ও IPv6) ও নেটমাস্কসহ নেটৱৰ্ক ঠিকানাৰ (যেমন 192.168.0.0/24) মান এই ক্ষেত্ৰে অন্তৰ্ভুক্ত কৰা যাবে । HTTP প্ৰক্সিৰ ক্ষেত্ৰে অনুমোদনেৰ জন্য প্ৰযোজ্য পাসৱৰ্ড HTTP প্ৰক্সিৰ ক্ষেত্ৰে অনুমোদনেৰ জন্য প্ৰযোজ্য ব্যবহাৰকাৰীৰ নাম । মান true (সত্য) হলে প্ৰক্সি সাৰ্ভাৰেৰ সাথে সংযোগেৰ জন্য অনুমোদন আবশ্যক । ব্যবহাৰকাৰীৰ নাম/পাসৱৰ্ড জুটি "/system/http_proxy/authentication_user" ও "/system/http_proxy/authentication_password" দ্বাৰা ব্যাখ্যা কৰা হয় । প্ৰক্সি কৰাৰ উদ্দেশ্যে ব্যবহৃত মেশিনেৰ পোৰ্ট "/system/http_proxy/host" দ্বাৰা ব্যাখ্যা কৰা হয় । HTTP প্ৰক্সিৰ জন্য ব্যবহাৰযোগ্য মেশিনেৰ নাম । ইন্টাৰনেটেৰ মাধ্যমে HTTP ব্যবহাৰেৰ সময় প্ৰক্সি সংক্ৰান্ত বৈশিষ্ট্য সক্ৰিয় কৰা হবে নিবেশৰ কনটেক্সট তালিকা আৰু টেক্সট প্ৰদৰ্শন ব্যৱস্থাৰ দ্বাৰা কন্ট্ৰোল কেৰেক্টাৰ সন্নিবেশৰ সুবিধা উপলব্ধ কৰা হ'ব নে নহয় নিবেশৰ কনটেক্সট তালিকা আৰু টেক্সট প্ৰদৰ্শন ব্যৱস্থাৰ দ্বাৰা নিবেশ পদ্ধতি পৰিবৰ্তনৰ সুবিধা উপলব্ধ কৰা হ'ব নে নহয় তালিকা-বাৰ খোলোঁতে ব্যৱহৃত চাবিৰ ফলকৰ শোৰ্টকাট GtkFileChooser উইজেটৰ ক্ষেত্ৰত নথিপত্ৰপ্ৰণালী অংশৰূপে ব্যৱহাৰযোগ্য অংশ । সম্ভাব্য মান "gnome-vfs" আৰু "gtk+" । সোঁফালৰ অৱস্থাসূচক-বাৰৰ মাত্ৰা প্ৰদৰ্শন কৰা হ'ব নে নহয় gtk+ অনুপ্ৰয়োগৰ ক্ষেত্ৰত স্বনিৰ্বাচিত ফন্ট ব্যৱহৃত হ'ব নে নহয় । টাৰ্মিনেলৰ দৰে স্থানত ব্যৱহাৰৰ বাবে monospaced (স্থায়ী-প্ৰস্থেৰ) ফন্টৰ নাম । নথিপত্ৰ পঢ়াৰ উদ্দেশ্যে ব্যৱহৃত অবিকল্পিত ফন্টৰ নাম GTK+ দ্বাৰা ব্যৱহৃত নিবেশ পদ্ধতিৰ অংশৰ নাম । gtk+ দ্বাৰা ব্যৱহৃত GTK+ নিবেশ পদ্ধতিৰ অৱস্থাৰ বিন্যাস । gtk+ দ্বাৰা ব্যৱহৃত GTK+ নিবেশ পদ্ধতিৰ Preedit বিন্যাস । gtk+ দ্বাৰা ব্যৱহৃত অবিকল্পিত ফন্টৰ নাম । gtk+'ৰ দ্বাৰা ব্যৱহৃত অবিকল্পিত থিমৰ Basename । gtk+'ৰ দ্বাৰা ব্যৱহৃত অবিকল্পিত থিমৰ Basename । পেনেল, nautilus প্ৰভৃতিৰ বাবে ব্যৱহৃত প্ৰতীকচিহ্নৰ থিম কাৰ্ছাৰ ব্লিঙ্কৰ সময়কালৰ দৈৰ্ঘ্য, milliseconds ত কাৰ্ছাৰ ব্লিঙ্ক হ'ব নে নহয় টুলবাৰত আইকণৰ আকাৰ, "small-toolbar" বা "large-toolbar" । ব্যৱহাৰকৰ্তাৰ দ্বাৰা টুল-বাৰ বিচ্ছিন্ন কৰি স্থানান্তৰণ কৰা সম্ভব নে নহয় ব্যৱহাৰকৰ্তাৰ দ্বাৰা তালিকা-বাৰ বিচ্ছিন্ন কৰি স্থানান্তৰণ কৰা সম্ভব নে নহয় বুটামৰ ক্ষেত্ৰত বুটামৰ লিপিৰ উপৰিও প্ৰতীকচিহ্ন প্ৰদৰ্শিত হ'ব নে নহয় তালিকাৰ ক্ষেত্ৰত তালিকাৰ বস্তুৰ ওচৰত প্ৰতীকচিহ্ন প্ৰদৰ্শিত হ'ব নে নহয় টুল-বাৰৰ বিন্যাস । বৈধ মান হল "both (উভয়)", "both-horiz (উভয়-অনুভূমিক)", "icons (প্ৰতীকচিহ্ন)" আৰু "text (টেক্সট)" ব্যৱহাৰকৰ্তাৰ দ্বাৰা কোনো সক্ৰিয় তালিকাৰ বস্তুৰ ওপৰত পৰিবৰ্তনশীল অৱস্থাত নতুন গতিবৰ্দ্ধক যোগ কৰা সম্ভব নে নহয় তালিকাত tearoff বৈশিষ্ট্য হ'ব নে নহয় । এনিমেশন প্ৰদৰ্শিত হ'ব নে নহয় । উল্লেখ্য: এইটো এটা সৰ্বব্যাপী চাবি আৰু ইয়াৰ দ্বাৰা সংযোগক্ষেত্ৰ পৰিচালন ব্যৱস্থা, পেনেল প্ৰভৃতিৰ মান প্ৰভাবিত হ'ব অনুপ্ৰয়োগসমূহৰ দ্বাৰা বিশেষ ব্যৱহাৰযোগ্যতা সমৰ্থিত হ'ব নে নহয় পটভূমিৰ ৰং সহযোগে ছায়ান্বিত কৰাৰ পদ্ধতি । সম্ভাব্য মান "horizontal-gradient", "vertical-gradient", and "solid" । পৰ্যায়ক্ৰমে প্ৰদৰ্শিত ৰংৰ ক্ষেত্ৰত তলৰ বা সোঁফালৰ ৰং, গাঢ় ৰংৰ ক্ষেত্ৰত ব্যৱহৃত নহয় । পৰ্যায়ক্ৰমে প্ৰদৰ্শিত ৰঙৰ ক্ষেত্ৰত ওপৰ বা বাওঁফালৰ ৰং, বা গাঢ় ৰং । পটভুমিৰ ছবি আঁকাৰ উদ্দেশ্যে স্বচ্ছতাৰ মাত্ৰা । পটভূমিৰ ছবি ৰূপে ব্যৱহাৰৰ বাবে নথিপত্ৰ । GNOME'ৰ দ্বাৰা পটভূমিৰ ছবি আঁকা হ'ব । থাম্ব-নেইল অনুপ্ৰয়োগসমূহ স্বতন্ত্ৰৰূপে নিষ্ক্ৰিয়/সক্ৰিয় থাকিলেও সমস্ত বহিস্থিত থাম্ব-নেইল অনুপ্ৰয়োগ নিষ্ক্ৰিয় কৰিবলৈ মান true (সত্য) নিৰ্ধাৰণ কৰক । কেছে থাম্বনেইলৰ সৰ্বাধিক আকাৰ, megabytes ত । পৰিষ্কাৰ কৰা নিষ্ক্ৰিয় কৰিবলৈ -১ লৈ নিৰ্ধাৰণ কৰক । কেছে থাম্বনেইলৰ সৰ্বাধিক বয়স, দিনত । পৰিষ্কাৰ কৰা নিষ্ক্ৰিয় কৰিবলৈ -১ লৈ নিৰ্ধাৰণ কৰক । চাবিৰ ফলকৰ লক কৰাৰ সুবিধা সক্ৰিয় আছে নে নাই । টাইপৰ বিৰতিকালৰ পৰ্দা প্ৰদৰ্শন মুলতুবি কৰা হ'ব নে নহয় । টাইপৰ বিৰতিকালৰ স্থিতিসময়, মিনিট অনুযায়ী ব্যক্ত । বিৰতিকাল আৰম্ভৰ পূৰ্বৰ টাইপ কৰাৰ সময়, মিনিট অনুযায়ী ব্যক্ত । ব্যৱহাৰকৰ্তাৰ ঘটনাৰ বাবে শব্দ বজোৱা হ'ব । পেনেল, nautilus প্ৰভৃতিৰ বাবে ব্যৱহৃত প্ৰতীকচিহ্নৰ থিম ব্যৱহাৰকৰ্তাদৰ ঘটনাৰ বাবে শব্দ বজোৱা হ'ব । প্ৰাৰম্ভিক ধ্বনি সেৱক সক্ৰিয় কৰা হ'ব । মাল্টিমিডিয়া কি বাইন্ডিং দ্বাৰা ব্যৱহৃত অবিকল্পিত মিক্সাৰ ট্ৰেক । মাল্টিমিডিয়া কি বাইন্ডিং দ্বাৰা ব্যৱহৃত অবিকল্পিত মিক্সাৰ যন্ত্ৰ । মান true (সত্য) হ'লে, GNOME'ৰ দ্বাৰা বিভিন্ন অধিবেশনত NumLock LED'ৰ সৰ্বশেষ অৱস্থা সংৰক্ষিত হ'ব । ঘন্টাধ্বনিৰ বাবে ব্যৱহৃত নথিপত্ৰৰ নাম সম্ভাব্য মান হল "on ", "off" আৰু "custom " । cursor_theme'ৰ মান দ্বাৰা উল্লিখিত কাৰ্ছাৰৰ মাপ । কাৰ্ছাৰৰ থিমৰ নাম । অকল Xcursor সমৰ্থনকাৰী Xservers যেনে XFree86 4.3 বা ঊৰ্ধ্বতন সংস্কৰণ দ্বাৰা সমৰ্থিত । কাৰ্ছাৰৰ ফন্টৰ নাম । মান নিৰ্ধাৰিত ন'হ'লে অবিকল্পিত ফন্ট ব্যৱহৃত হ'ব । প্ৰতি অধিবেশনত X সেৱক আৰম্ভৰ সময়ত এই মান প্ৰেৰিত হয় আৰু অধিবেশনৰ মধ্যবৰ্তী কোনো সময়ত এই মান পৰিবৰ্তনৰ ফলত মান পৰিবৰ্তিত ন'হ'ব আৰু পুনঃ প্ৰৱেশ কৰা আৱশ্যক । কন্ট্ৰোল চাবি চপা হ'লে নিৰ্দেশকৰ বৰ্তমান অৱস্থান উজ্জ্বল কৰা হয় । দুবাৰ ক্লিকৰ দৈৰ্ঘ্য ড্ৰেগ আৰম্ভ হোৱাৰ আগৰ অবধি মধ্যবৰ্তী দূৰত্ব গতিবৰ্ধিত মাউছ গতিবিধি সক্ৰিয় কৰাৰ পূৰ্বে মাউছ নিৰ্দেশক স্থানান্তৰণৰ ন্যূনতম দুৰত্ব, পিক্সেল অনুসাৰে ব্যক্ত । ব্যৱস্থাপ্ৰণালীৰ অবিকল্পিত মান -১ । মাউছৰ গতিবিধিৰ ক্ষেত্ৰত প্ৰযোজ্য গতিবৰ্ধকৰ গুণক । ব্যৱস্থাপ্ৰণালীৰ অবিকল্পিত মান -১ । প্ৰতীকচিহ্ন খোলোঁতে এটা ক্লিক ব্যৱহাৰ কৰা হ'ব বাওঁ হাতৰ মাউছৰ ক্ষেত্ৰত সোঁ আৰু বাওঁফালৰ বুটাম অদলবদল কৰা হ'ব কোনো URL বা MIME type handler অনুপ্ৰয়োগ চলাব নিদিব । ব্যৱহাৰকৰ্তাক পৰ্দা লক কৰিবলৈ দিয়া ন'হ'ব । সক্ৰিয় অধিবেশনত ব্যৱহাৰকৰ্তাক ভিন্ন হিচাপ পৰিবৰ্তন কৰিবলৈ দিয়া ন'হ'ব । ব্যৱহাৰকৰ্তাৰ দ্বাৰা প্ৰিন্ট সংক্ৰান্ত বৈশিষ্ট্য পৰিবৰ্তনে প্ৰতিৰোধ কৰা হ'ব । উদাহৰণস্বৰূপ, ইয়াৰ ফলত সৰ্বধৰনৰ অনুপ্ৰয়োগৰ "প্ৰিন্ট কৰ্মৰ বৈশিষ্ট্য" শীৰ্ষক সম্বাদ ব্যৱহাৰ কৰা নাযাব । ব্যৱহাৰকৰ্তাক প্ৰিন্ট কৰিবলৈ বাধা দিয়া হ'ব । উদাহৰণস্বৰূপ, ইয়াৰ ফলত সৰ্বধৰনৰ অনুপ্ৰয়োগৰ "প্ৰিন্ট" সম্বাদ ব্যৱহাৰ কৰা নাযাব । ব্যৱহাৰকৰ্তাক ডিস্কত নথিপত্ৰ সংৰক্ষণত বাধা দিয়া হ'ব । উদাহৰণস্বৰূপ, ইয়াৰ ফলত সৰ্বধৰনৰ অনুপ্ৰয়োগৰ "নতুন ৰূপে সংৰক্ষণ" সম্বাদ ব্যৱহাৰ কৰা নাযাব । ব্যৱহাৰকৰ্তাৰ দ্বাৰা টাৰ্মিনেল বা কোনো আদেশ-লাইন চলোৱা প্ৰতিৰোধ কৰা হ'ব । উদাহৰণস্বৰূপ, ইয়াৰ ফলত পেনেলৰ "অনুপ্ৰয়োগ চালনা" সম্বাদৰ ব্যৱহাৰ বন্ধ হ'ব । নথিপত্ৰ প্ৰতীকচিহ্ন প্ৰদৰ্শনৰ বাবে ব্যৱহৃত থিম GNOME ডেস্কটপত প্ৰৱেশ কৰাৰ পিছত আৰম্ভ কৰাৰ উদ্দেশ্যে চিহ্নিত সহায়ক প্ৰযুক্তিগত অনুপ্ৰয়োগৰ তালিকা কোনো পৰিবৰ্তনকাৰী টিপিলে বিপ শব্দ কৰা হ'ব একেলগে দুটা চাবি টিপিলে নিষ্ক্ৰিয় কৰা হ'ব । @delay দ্বাৰা উল্লিখিত millisecondsৰ কম সময়ৰ বাবে চাবি টিপিলে গ্ৰাহ্য কৰা ন'হ'ব মাউছৰ চাবি লৰচৰ কৰাৰ পূৰ্বে যি সংখ্যক milliseconds অপেক্ষা কৰা হ'ব ০ ৰ পৰা সৰ্বোচ্চ গতি পাবলৈ লোৱা milliseconds সৰ্বোচ্চ গতিত প্ৰতি ছেকেণ্ডত যি সংখ্যক পিক্সেল লৰোৱা হ'ব @delay দ্বাৰা উল্লিখিত milliseconds ত _একেই_ চাবি পুনঃ টিপিলে অগ্ৰাহ্য কৰা হ'ব অবিকল্পিত কাৰ্য্য ব্যৱহাৰৰ বাবে টাৰ্মিনেল প্ৰয়োগ কৰা আৱশ্যক নে নহয় অবিকল্পিত কাৰ্য্য অনুপ্ৰয়োগ অবিকল্পিত পঞ্জিকা ব্যৱহাৰৰ বাবে টাৰ্মিনেল প্ৰয়োগ কৰা আৱশ্যক নে নহয় অবিকল্পিত পঞ্জিকা অনুপ্ৰয়োগ প্ৰথম সংযোগক্ষেত্ৰ পৰিচালন ব্যৱস্থাৰ কৰ্মক্ষেত্ৰতৰ নাম এটা তালিকা । GNOME 2.12 সংস্কৰণৰ পিছত এই চাবি অবচিত হৈছে । সংযোগক্ষেত্ৰ পৰিচালনব্যৱস্থাৰ দ্বাৰা ব্যৱহৃত কৰ্মক্ষেত্ৰতৰ সংখ্যা । GNOME 2.12 সংস্কৰণৰ পিছত এই চাবি অবচিত হৈছে । প্ৰথমে ব্যৱহাৰৰ বাবে চিহ্নিত সংযোগক্ষেত্ৰ পৰিচালনব্যৱস্থা । GNOME 2.12 সংস্কৰণৰ পিছত এই চাবি অবচিত হৈছে । ব্যৱহাৰকৰ্তাৰ সংযোগক্ষেত্ৰ পৰিচালনব্যৱস্থা অনুপস্থিত থাকিলে ব্যৱহৃত ফলবেক সংযোগক্ষেত্ৰ পৰিচালন ব্যৱস্থা । GNOME 2.12 সংস্কৰণৰ পিছত এই চাবি অবচিত হৈছে । অবিকল্পিত চৰক দ্বাৰা netscape ৰ দূৰবৰ্তী কৰ্ম বোধগম্য নে নহয় অবিকল্পিত চৰক ব্যৱহাৰৰ বাবে টাৰ্মিনেল প্ৰয়োগ কৰা আৱশ্যক নে নহয় সমস্ত URL ৰ বাবে ব্যৱহৃত অবিকল্পিত চৰক প্ৰৱেশৰ সময়ত GNOME দ্বাৰা চলাচল সহায়ক পছন্দ প্ৰযুক্তিগত অনুপ্ৰয়োগ আৰম্ভ কৰা হ'ব প্ৰৱেশ, তালিকা আৰু আদেশ-লাইনত ব্যৱহাৰযোগ্য চলাচল সহায়ক পছন্দ প্ৰযুক্তিগত অনুপ্ৰয়োগ প্ৰৱেশৰ সময়ত GNOME দ্বাৰা চলাচল সহায়ক পছন্দ প্ৰযুক্তিগত অনুপ্ৰয়োগ আৰম্ভ কৰা হ'ব প্ৰৱেশ, তালিকা আৰু আদেশ-লাইনত ব্যৱহাৰযোগ্য প্ৰদৰ্শন সহায়ক পছন্দ প্ৰযুক্তিগত অনুপ্ৰয়োগ আবশ্যকৰূপে কোনো কম্পোনেন্ট সহযোগে প্ৰদৰ্শনেৰ উদ্দেশ্যে চিহ্নিত নথিপত্ৰ প্ৰদৰ্শনেৰ জন্য ব্যবহৃত অ্যাপ্লিকেশন । %s পৰামিতিৰ দ্বাৰা নথিপত্ৰেৰ URI উল্লিখিত হবে ও পৰামিতি %c দ্বাৰা কম্পোনেন্টেৰ IID নিৰ্দিষ্ট কৰা হবে । ডিফল্ট টাৰ্মিনাল অ্যাপ্লিকেশনেৰ জন্য ব্যবহাৰযোগ্য exec আৰ্গুমেন্ট । আবশ্যকৰূপে টাৰ্মিনাল প্ৰয়োগকাৰী অ্যাপ্লিকেশনগুলিৰ দ্বাৰা ব্যবহাৰযোগ্য ডিফল্ট টাৰ্মিনাল । এই ধৰনেৰ URL ব্যবস্থাকাৰী কমান্ড টাৰ্মিনালে চালানো হলে মান true (সত্য) । সক্ৰিয় কৰা হলে, "h323" URL ব্যবস্থাপনাৰ উদ্দেশ্যে ব্যবহৃত কমান্ড । "command" কি'ৰ দ্বাৰা "h323" URL ব্যবস্থাপনা নিৰ্ধাৰিত হলে মান true (সত্য) । এই ধৰনেৰ URL ব্যবস্থাকাৰী কমান্ড টাৰ্মিনালে চালানো হলে মান true (সত্য) । সক্ৰিয় কৰা হলে, "callto" URL ব্যবস্থাপনাৰ উদ্দেশ্যে ব্যবহৃত কমান্ড । "command" কি'ৰ দ্বাৰা "callto" URL ব্যবস্থাপনা নিৰ্ধাৰিত হলে মান true (সত্য) । এই ধৰনেৰ URL ব্যবস্থাকাৰী কমান্ড টাৰ্মিনালে চালানো হলে মান true (সত্য) । সক্ৰিয় কৰা হলে, "mailto" URL ব্যবস্থাপনাৰ উদ্দেশ্যে ব্যবহৃত কমান্ড । "command" কি'ৰ দ্বাৰা "mailto" URL ব্যবস্থাপনা নিৰ্ধাৰিত হলে মান true (সত্য) । এই ধৰনেৰ URL ব্যবস্থাকাৰী কমান্ড টাৰ্মিনালে চালানো হলে মান true (সত্য) । সক্ৰিয় কৰা হলে, "https" URL ব্যবস্থাপনাৰ উদ্দেশ্যে ব্যবহৃত কমান্ড । "command" কি'ৰ দ্বাৰা "https" URL ব্যবস্থাপনা নিৰ্ধাৰিত হলে মান true (সত্য) । এই ধৰনেৰ URL ব্যবস্থাকাৰী কমান্ড টাৰ্মিনালে চালানো হলে মান true (সত্য) । সক্ৰিয় কৰা হলে, "http" URL ব্যবস্থাপনাৰ উদ্দেশ্যে ব্যবহৃত কমান্ড । "command" কি'ৰ দ্বাৰা "http" URL ব্যবস্থাপনা নিৰ্ধাৰিত হলে মান true (সত্য) । এই ধৰনেৰ URL ব্যবস্থাকাৰী কমান্ড টাৰ্মিনালে চালানো হলে মান true (সত্য) । সক্ৰিয় কৰা হলে, "man" URL ব্যবস্থাপনাৰ উদ্দেশ্যে ব্যবহৃত কমান্ড । "command" কি'ৰ দ্বাৰা "man" URL ব্যবস্থাপনা নিৰ্ধাৰিত হলে মান true (সত্য) । এই ধৰনেৰ URL ব্যবস্থাকাৰী কমান্ড টাৰ্মিনালে চালানো হলে মান true (সত্য) । সক্ৰিয় কৰা হলে, "info" URL ব্যবস্থাপনাৰ উদ্দেশ্যে ব্যবহৃত কমান্ড । "command" কি'ৰ দ্বাৰা "info" URL ব্যবস্থাপনা নিৰ্ধাৰিত হলে মান true (সত্য) । এই ধৰনেৰ URL ব্যবস্থাকাৰী কমান্ড টাৰ্মিনালে চালানো হলে মান true (সত্য) । সক্ৰিয় কৰা হলে, "ghelp" URL ব্যবস্থাপনাৰ উদ্দেশ্যে ব্যবহৃত কমান্ড । "command" কি'ৰ দ্বাৰা "ghelp" URL ব্যবস্থাপনা নিৰ্ধাৰিত হলে মান true (সত্য) । এই ধৰনেৰ URL ব্যবস্থাকাৰী কমান্ড টাৰ্মিনালে চালানো হলে মান true (সত্য) । সক্ৰিয় কৰা হলে, "trash" URL ব্যবস্থাপনাৰ উদ্দেশ্যে ব্যবহৃত কমান্ড । "command" কি'ৰ দ্বাৰা "trash" URL ব্যবস্থাপনা নিৰ্ধাৰিত হলে মান true (সত্য) । এই ধৰনেৰ URL ব্যবস্থাকাৰী কমান্ড টাৰ্মিনালে চালানো হলে মান true (সত্য) । সক্ৰিয় কৰা হলে, "aim" URL ব্যবস্থাপনাৰ উদ্দেশ্যে ব্যবহৃত কমান্ড । "command" কি'ৰ দ্বাৰা "aim" URL ব্যবস্থাপনা নিৰ্ধাৰিত হলে মান true (সত্য) । যদি সামৰ্থবান থাকে, এটা খোলা টোকাক escape কি দবাই বন্ধ কৰিব পাৰি। পূৰ্ণ সংখ্যা মান যোনে ইংগিত দিয়ে যে যেতিয়া এটা টোকা পুনৰ নাম দিয়া হয় ব্যৱহাৰকাৰীক নোসোধাকৈ তেতিয়া এটা ধাৰ্য্যত লিঙ্ক আপডেইট কৰা ব্যৱহাৰ সদায় কৰিবলৈ কোনো পছন্ধ আছে নেকি। মানসমূহ এটা অভ্যন্তৰীক ইনুমাৰেষণলৈ সংযুক্ত। ০ য় বুজায় যে ব্যৱহাৰকাৰীজনে সকিয়নী বিচাৰে যেতিয়া এটা টোকাৰ পুনৰ নামাকৰনে অন্য টোকাসমূহৰ লগত থতা লিঙ্কসমূহ প্ৰভাৱ পেলাব পাৰে। ১ এ বুজায় লিঙ্কসমূহ স্বচালিতভাৱে আতৰি যাব লাগে। ২ এ বুজায় লিঙ্কৰ লিখনী নতুন টোকাৰ নামলে আপডেইট হৈ যাব লাগে যাতে ই নতুনকে নাম দিয়া টোকাৰ লগত লিঙ্ক বজায় ৰাখে। SSH-ৰ মাধ্যমে সংমিহলিৰ চাৰ্ভাৰৰ সৈতে সংযোগ স্থাপনসময়ত ব্যৱহাৰযোগ্য পোৰ্ট। বিকল্প হিচাপে অবিকল্পিত SSH পোৰ্টৰ বৈশিষ্ট্য ব্যৱহাৰ কৰিবলৈ ইচ্ছুক হ'লে ইয়াৰ বাবে -1 অথবা কম মান নিৰ্ধাৰণ কৰক। SSH -ৰে সংমিহলি চাৰ্ভাৰলে সংযৌগ কৰোতে ব্যৱহাৰ কৰিব লগিয়া ব্যৱহাৰকাৰী নাম। Tomboy সংমিহলি ডাইৰেকটৰি অন্তৰ্ভুক্ত কৰা SSH চাৰ্ভাৰৰ URL। Tomboy সংমিহলি ডাইৰেকটৰি (বিকল্প) -লে SSH চাৰ্ভাৰত পথ। Tomboy -এ সংমিহলি অংশীদাৰী মাউন্ট কৰিবলে FUSE ব্যৱহাৰৰ বাবে অপেক্ষা কৰা সময় (মিলিছেকেণ্ডত)। "সকলো টোকা সন্ধান কৰক" উইন্ডোৰ Y অক্ষ নিৰ্ধাৰন কৰক; Tomboy প্ৰস্থানত সংৰক্ষীত। "সকলো টোকা সন্ধান কৰক" উইন্ডোৰ X অক্ষ নিৰ্ধাৰন কৰে; Tomboy প্ৰস্থানত সংৰক্ষীত। "সকলো টোকা সন্ধান কৰক" উইন্ডোৰ পিক্সেল প্ৰস্থ নিৰ্ধাৰন কৰে; Tomboy প্ৰস্থানত সংৰক্ষীত। "সকলো টোকা সন্ধান কৰক" উইন্ডোৰ লিক্সেল উচ্চতা নিৰ্ধাৰন কৰক; Tomboy প্ৰস্থানত সংৰক্ষীত। যদি সামৰ্থবান থাকে, Tomboy প্ৰস্থানসময়ত খোলা অৱস্থাত থকা সকলো টোকাসমূহ পুনৰাম্ভৰ সময় খোলা হ'ব। Tomboy-ৰ ট্ৰে অথবা পেনেল এপ্লেটৰ টোকা মেনুত টোকাৰ শীৰ্ষকৰ বাবে ব্যৱহাৰযোগ্য অক্ষৰৰ সৰ্বাধিক সংখ্যা। Tomboy টোকা মেনুত সদায় উপস্থিত হবলে টোকাসমূহৰ বাবে টোকা URIসমূহৰ খালিস্থান-পৃথকিত তালিকা। Tomboy টোকাৰ মেনুত প্ৰদৰ্শনযোগ্য সৰ্বনিম্ন টোকা সংখ্যা নিৰ্ধাৰণকৰ্তা পূৰ্ণসংখ্যা মান। টোকাৰ টোকা URI যাক "ইয়াত আৰম্ভ কৰক" টোকা বুলি ধৰিব লাগিব।যাক সদায় Tomboy টোকা মেনুৰ তলত অৱস্থিত কৰা হয় আৰু যি হটকিৰেও অভিগম কৰিব পাৰি। যদি সত্য, Tomboy -ৰ ট্ৰে আইকন সতৰ্কিকৰণ স্থানত প্ৰদৰ্শিত হব। এইটো অসামৰ্থবান কৰি দিয়া লাভদায়ক হব যেতিয়া অন্য অনুপ্ৰয়োগে ট্ৰে আইকনৰ কাৰ্য্যকাৰীতাৰ যোগান দি আছে। যদি অসামৰ্থবান থাকে, "মচি পেলোৱা টোকা" নিশ্চিতকৰণ ডাইলগ সংকুচিত হব। মান সত্য হ'লে, /apps/tomboy/global_keybindings -ত নিৰ্ধাৰিত desktop-global কিবাইন্ডিং সামৰ্থবান থাকিব, যাৰ ফলত অন্য অনুপ্ৰয়োগৰ পৰা Tomboy -ৰ গুৰুত্বপূৰ্ণ কাৰ্য্যসমূহ উপলব্ধ হব। enable_custom_font মান সত্য, হ'লে এই স্থানত সংহিত ফন্ট টোকা প্ৰদৰ্শনত ব্যৱহৃত হ'ব। মান সত্য হ'লে, টোকা প্ৰদৰ্শনৰ বাবে custom_font_face -ত নিৰ্ধাৰিত ফন্ট ব্যৱহৃত হ'ব। অন্যথা ডেস্কটপৰ অবিকল্পিত ফন্ট ব্যৱহাৰ কৰা হব। এই বিকল্প ক্লিক কৰক যদি আপুনি ইয়াত আৰম্ভ কৰক টোকাত সময়মোহৰ সমল পেইস্ট কৰিবলে Tomboy আইকনমিডিল-ক্লিক কৰাটো সক্ষম কৰিব বিচাৰে। এই বিকল্প সামৰ্থবান কৰক যদি আপুনি বুলেটেড তালিকাসমূহক স্বচালিত কৰিব বিচাৰে যেতিয়া আপুনি এটা শাৰীৰআৰম্ভত - অথবা * অৱস্থিত কৰে। ThatLookLikeThis -ৰ অনুৰূপ শব্দ উজ্জ্বল কৰাৰ বাবে এই বিকল্প সামৰ্থবান কৰক। শব্দৰ উপৰত ক্লিক কৰিলে সেই নামৰ এটা টোকা সৃষ্টি হ'ব। মান সত্য হ'লে, ভুল বানান ৰঙা ৰঙ দ্বাৰা ৰেখাঙ্কিত থাকিব, আৰু প্ৰস্তাবিত সঠিক বানানসমূহ মাউচৰ ৰাইট-ক্লিক মেনুত দেখুৱা হব। সময়মোহৰৰ বাবে ব্যৱহৃত তাৰিখ বিন্যাস। পূৰ্ণ সংখ্যা মান যোনে ইংগিত দি আছে কিমান বাৰ আপোনাৰ টোকাসমূহৰ (যেতিয়া সংমিহলি সংৰূপিত) পটভূমি সংমিহলি কৰা হব। যিকোনো মান ১ -ত কম হলে ই বুজায় যে স্বচালিত সংমিহলি অসামৰ্থবান। নুন্যতম গ্ৰহনযোগ্য ধনাত্মক মান ৫। মান মিনিটসমূহত আছে। পূৰ্ণ সংখ্যা মান যোনে ইংগিত দিয়ে যে যেতিয়া এটা দন্দ ধৰা পেলোৱা হয় ব্যৱহাৰকাৰীক নোসোধাকৈ তেতিয়া এটা ধাৰ্য্যত ব্যৱহাৰ সদায় কৰিবলৈ কোনো পছন্ধ আছে নেকি। মানসমূহ এটা অভ্যন্তৰীক ইনুমাৰেষণলৈ সংযুক্ত। ০ য় বুজায় যে ব্যৱহাৰকাৰীজনে সকিয়নী বিচাৰে যেতিয়া এটা দন্দ হয়, যাতে তেওলোকে প্ৰতিটো দন্দ পৰিস্থিতিক এটা ক্ষেত্ৰৰ পৰা ক্ষেত্ৰ ভিত্তিত ব্যৱস্থাপনা কৰিব পাৰে। বৰ্তমানে সংৰূপীত টোকা সংমিহলি সেৱা এডিনৰ বাবে অবিকল্পিত পৰিচয়ক। নথিপত্ৰপ্ৰণালী সংমিহলি সেৱা এডিন ব্যৱহাৰ কৰোতে সংমিহলি চাৰ্ভাৰলে পথ। এই Tomboy ক্লাএন্টৰ বাবে অবিকল্প পৰিচয়ক, এটা সংমিহলি চাৰ্ভাৰৰ লগত সংযোগ কৰোতে ব্যৱহৃত। ব্যৱহাৰকাৰীৰক নসোধাকে SSL প্ৰমাণপত্ৰসমূহ গ্ৰহণ কৰিবলে wdfs বিকল্প "-ac" ব্যৱহাৰ কৰক। স্টিকি টোকা ইমপোৰ্টাৰ প্লাগিন পূৰ্বে কেতিয়া চলোৱা হোৱা নাই। এই কাৰণে Tomboy পৰবৰ্তীবাৰ আৰম্ভ হ'লে ই স্বচালিতভাৱে আৰম্ভ হব। HTML -ত এক্সপোৰ্ট কৰক প্লাগিনত 'অন্য সকলো টোকা অন্তৰ্ভুক্ত কৰক' -ৰ বাবে সেহতীয়া সংহতিএই সংহতি 'সংযুক্ত টোকাসমূহলক HTML এক্সপোৰ্ট কৰক' সংহতিৰ লগত ব্যৱহৃত আৰু ধাৰ্য্য কৰিবলেব্যৱহাৰ কৰা হয় যে সকলো টোকা (বাৰংবাৰতাৰে উপলব্ধ) HTML লে এক্সপোৰ্ট কৰোতে অন্তৰ্ভুক্ত কৰা হব নে। HTML -লে এক্সপোৰ্ট কৰক প্লাগিনৰ 'সংযুক্ত টোকাসমূহ এক্সপোৰ্ট কৰক'' চেকবাকচৰ সৰ্বশেষ নিৰ্ধাৰিত মান। HTML -লে এক্সপোৰ্ট কৰক প্লাগিন সহযোগে সৰ্বশেষ যি ডাইৰেকটৰিত টোকা এক্সপোৰ্ট কৰা হৈছে। নিৰ্দিষ্ট প্ৰস্থৰ সৈতে লিখনীৰ বাবে ফন্ট, যেনে ক'ড উদাহৰণসমূহ। ভিন্ন প্ৰস্থৰ সৈতে লিখনীৰ বাবে ফন্ট। চিস্টেম অবিকল্পিত ফন্টসমূহ ব্যৱহাৰ কৰক। সহায়ক উইন্ডোৰ Y অৱস্থান। সহায়ক উইন্ডোৰ X অৱস্থান। সহায়ক উইন্ডোৰ উচ্চতা। সহায়ক উইন্ডোৰ প্ৰস্থ। কিতাপসমূহ UI ত ভাষা দ্বাৰা দলবদ্ধ কৰা হব নে ব্যৱহাৰকাৰী দ্বাৰা অসামৰ্থবান কৰা কিতাপসমূহৰ তালিকা। কোনটো টেব নিৰ্বাচন কৰা হৈছে: "সমল" অথবা "সন্ধান"। সূচী আৰু সন্ধান পেইনৰ প্ৰস্থ। মূখ্য উইন্ডোৰ Y অৱস্থান। মূখ্য উইন্ডোৰ X অৱস্থান। মূখ্য উইন্ডোৰ উচ্চতা। মূখ্য উইন্ডোৰ প্ৰস্থ। মূখ্য উইন্ডো বৃদ্ধিত হিচাপে আৰম্ভ হব নে। GNOME 2.20 ত এই চাবি অবচিত হৈছে । পুৰাতণ সংস্কৰণৰ সৈতে সামঞ্জস্যৰ উদ্দেশ্যে স্কিমা ৰখা হৈছে । GNOME 2.20 ত এই চাবি অবচিত হৈছে । পুৰাতণ সংস্কৰণৰ সৈতে সামঞ্জস্যৰ উদ্দেশ্যে স্কিমা ৰখা হৈছে । মান সত্য হ'লে, সৰু কৰা সংযোগক্ষেত্ৰ ডাঙৰ কৰাৰ সময়ত বৰ্তমান কৰ্মক্ষেত্ৰত স্থাপন কৰা হ'ব । অন্যথা, সংযোগক্ষেত্ৰৰ মৌলিক কৰ্মক্ষেত্ৰ প্ৰদৰ্শিত হ'ব । এটা অনুপ্ৰয়োগৰ বিভিন্ন সংযোগক্ষেত্ৰসমূহ সংযোগক্ষেত্ৰ তালিকাত কোন সময়ত দলবদ্ধ কৰা হ'ব সেইটো নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত হয় ।সম্ভাব্য মান "কেতিয়াও নহয়", "স্বয়ংক্ৰিয়" আৰু "সদায়ে" । মান সত্য হ'লে, সংযোগক্ষেত্ৰ তালিকাত সমস্ত কৰ্মক্ষেত্ৰৰ সংযোগক্ষেত্ৰ প্ৰদৰ্শিত হ'ব । অন্যথা অকল বৰ্তমান কৰ্মক্ষেত্ৰৰ সংযোগক্ষেত্ৰসমূহ প্ৰদৰ্শিত হ'ব । কৰ্মক্ষেত্ৰ অদল-বদলকাৰীত কৰ্মক্ষেত্ৰ প্ৰদৰ্ছনৰ বাবে ব্যৱহৃত শাৰী (অনুভূমিক বিন্যাস) বা স্তম্ভ (উলম্ব বিন্যাস) সংখ্যা এই চাবিৰ দ্বাৰা নিৰ্ধৰিত হ'ব । display_all_workspaces মান সত্য হ'লে এই চাবি কাৰ্যকৰী হ'ব । মান সত্য হ'লে, কৰ্মক্ষেত্ৰ অদল-বদলকাৰীত সমস্ত কৰ্মক্ষেত্ৰ প্ৰদৰ্ছন কৰা হ'ব । অন্যথা অকল বৰ্তমান কৰ্মক্ষেত্ৰ প্ৰদৰ্ছন কৰা হ'ব । মান সত্য হ'লে, কৰ্মক্ষেত্ৰ অদল-বদলকাৰীত উপস্থিত কৰ্মক্ষেত্ৰসমূহৰ নাম প্ৰদৰ্ছন কৰা হ'ব । অন্যথা প্ৰতি কৰ্মক্ষেত্ৰতত উপস্থিত সংযোগক্ষেত্ৰসমূহ প্ৰদৰ্শিত হ'ব । অকল Metacity সংযোগক্ষেত্ৰ পৰিচালন ব্যৱস্থাৰ সৈতে এই বৈশিষ্ট্য ব্যৱহাৰ কৰা সম্ভব । মান সত্য হ'লে পেনেলৰ উলম্ব দিশত মাছৰ এনিমেছন ঘূৰোৱা হ'ব । এই চাবিৰ দ্বাৰা প্ৰতি ফ্ৰেম কিমান ছেকেণ্ডলৈ প্ৰদৰ্শিত হ'ব সেইটো নিৰ্ধাৰণ কৰা হয় । এই চাবি দ্বাৰা মাছৰ এনিমেছনত ফ্ৰেমৰ সংখ্যা নিৰ্ধাৰণ কৰা হয় । মাছৰ ওপৰত ক্লিক কৰিলে যি আদেশ পালন কৰা হ'ব সেইটো এই চাবিৰ দ্বাৰা নিৰ্ধাৰিত হয় । এই চাবিয়ে পিক্সমেপ পঞ্জিকাৰ অপেক্ষাত নথিপত্ৰৰ নাম নিৰ্ধাৰণ কৰে যি মাছৰ এপ্লেটৰ এনিমেছনত প্ৰদৰ্শিত হ'ব । নামহীন মাছ অত্যন্ত নিৰ্জীব । আপোনাৰ মাছৰ নামকৰণ কৰক আৰু তাক জগাওক । বায়ুৰ গতি প্ৰদৰ্ছনৰ বাবে ব্যৱহৃত একক । তাপমাত্ৰা প্ৰদৰ্ছনৰ বাবে ব্যৱহৃত একক । বৰ্ষপঞ্জিৰ সংযোগক্ষেত্ৰত দেখুৱাব লগা স্থানৰ তালিকা । GNOME 2.6 ত এই চাবিৰ পৰিবৰ্তে 'format' নামক চাবি ব্যৱহৃত হয় । পুৰাতণ সংস্কৰণৰ সৈতে সামঞ্জস্যৰ উদ্দেশ্যে স্কিমা ৰখা হৈছে । GNOME 2.6 ত এই চাবিৰ পৰিবৰ্তে 'format' নামক চাবি ব্যৱহৃত হয় । পুৰাতণ সংস্কৰণৰ সৈতে সামঞ্জস্যৰ উদ্দেশ্যে স্কিমা ৰখা হৈছে । GNOME 2.6 ত এই চাবিৰ পৰিবৰ্তে 'format' নামক চাবি ব্যৱহৃত হয় । পুৰাতণ সংস্কৰণৰ সৈতে সামঞ্জস্যৰ উদ্দেশ্যে স্কিমা ৰখা হৈছে । মান সত্য হ'লে, বৰ্ষপঞ্জিৰ সংযোগক্ষেত্ৰত স্থানৰ তালিকা প্ৰসাৰ কৰক । মান সত্য হ'লে, বৰ্ষপঞ্জিত বতৰৰ তথ্যৰ তালিকা প্ৰসাৰণ কৰা হ'ব । মান সত্য হ'লে, বৰ্ষপঞ্জিত কৰ্মৰ তালিকা প্ৰসাৰণ কৰা হ'ব । মান সত্য হ'লে, বৰ্ষপঞ্জিত জন্মদিনৰ তালিকা প্ৰসাৰণ কৰা হ'ব । মান সত্য হ'লে, বৰ্ষপঞ্জিত সাক্ষাৎকাৰ তালিকা প্ৰদৰ্শিত হ'ব । মান সত্য হ'লে, বৰ্ষপঞ্জিত সপ্তাহৰ সংখ্যা প্ৰদৰ্শিত হ'ব । সময় বিন্যাসৰ এটা অভ্যন্তৰীণ সৰঞ্জামৰ ব্যৱহাৰ আৰম্ভৰ পিছত GNOME ২.২২ সংস্কৰণত এই চাবিৰ ব্যৱহাৰ অবচিত হৈছে । পুৰাতণ সংস্কৰণৰ সৈতে সামঞ্জস্যৰ উদ্দেশ্যে স্কিমা বজায় ৰখা হৈছে । মান সত্য হ'লে, বতৰৰ আইকণৰ ওচৰত তাপমান দেখুৱাব । মান সত্য হ'লে, বতৰৰ আইকন দেখুৱাওক । মান সত্য হ'লে, ঘড়িৰ ওপৰত মাউছ নিলে টুলটিপত তাৰিখ প্ৰদৰ্ছন কৰা হ'ব । মান সত্য হ'লে, সময়ৰ সৈতে ঘড়িৰ তাৰিখ প্ৰদৰ্ছন কৰা হ'ব । মান সত্য হ'লে, ছেকেণ্ড অনুসাৰে সময় প্ৰদৰ্ছন কৰা হ'ব । ফৰমেত চাবিৰ মান "custom(নিজস্ব)" হ'লে ঘড়িৰ এপ্লেটত ব্যৱহৃত বিন্যাস এই চাবিৰ দ্বাৰা নিৰ্ধাৰিত হ'ব । strftime() ৰ বোধগম্য পৰিবৰ্তন নিৰ্দেশক ব্যৱহাৰ কৰি এটা নিৰ্দিষ্ট ফৰমা সৃষ্ কৰা সম্ভব হ'ব । অধিক জানিবলৈ strftime() সংক্ৰান্ত নথিপত্ৰ পঢ়ক । বুটামৰ দ্বাৰা চিহ্নিত কৰ্ম প্ৰকৃতি । সম্ভাব্য মান হ'ল "lock (লক কৰক)", "logout (প্ৰস্থান)", "run (অনুপ্ৰয়োগ চলাওক)", "search (অনুসন্ধান কৰক)" আৰু "screenshot (পৰ্দাৰ ছবি)" । object_type চাবিৰ মান "action-applet" হিচাপে ধাৰ্য হ'লে এই চাবি কাৰ্যকৰী হ'ব । লঞ্চাৰৰ বিৱৰণ লিখা .desktop নথিপত্ৰৰ অৱস্থান । object_type চাবিৰ মান "launcher-object" হিচাপে ধাৰ্য হ'লে এই চাবি কাৰ্যকৰী হ'ব । মেনুৰ বিষয়বস্তু নিৰ্মাণতৰ উদ্দেশ্যে ব্যৱহৃত পাথ । object_type চাবিৰ মান "menu-object" হিচাপে ধাৰ্য হ'লে আৰু use_menu_path চাবিৰ মান সত্য হ'লে এই চাবি কাৰ্যকৰী হ'ব । মান সত্য হ'লে, menu_path চাবিৰ মান অনুযায়ী মেনুৰ বিষয়বস্তু নিৰ্মাণৰ উদ্দেশ্যে ব্যৱহৃত মান নিৰ্ধাৰণ কৰা হ'ব । মান মিছা হ'লে, menu_path চাবি অগ্ৰাহ্য কৰা হয় । object_type চাবিৰ মান "menu-object" হিচাপে ধাৰ্য হ'লে এই চাবি কাৰ্যকৰী হ'ব । এই অবজেক্টৰ বুটামত আইকন হিচাপে যি ছবি ব্যৱহৃত হৈছে তাৰ স্থান । object_type চাবিৰ মান "drawer-object" বা "menu-object" হিচাপে ধাৰ্য হ'লে আৰু use_custom_icon চাবিৰ মান সত্য হ'লে এই চাবি কাৰ্যকৰী হ'ব । মান সত্য হ'লে, বুটামৰ ক্ষেত্ৰত পছন্দ আইকনৰ বাবে custom_icon চাবি প্ৰয়োগ কৰা হয় । মান মিছা হ'লে, custom_icon চাবি অগ্ৰাহ্য কৰা হয় । object_type চাবিৰ মান "menu-object" বা "drawer-object" হিচাপে ধাৰ্য হ'লে উল্লিখিত চাবি কাৰ্যকৰী হ'ব । চিহ্নিত মেনু বা ড্ৰয়াৰৰ টুলটিপ হিচাপে প্ৰদৰ্শিত লিখা । object_type চাবিৰ মান "menu-object" বা "drawer-object" হিচাপে ধাৰ্য হ'লে এই চাবি কাৰ্যকৰী হ'ব । নিৰ্দিষ্ট ড্ৰয়াৰৰ সৈতে যুক্ত পেনেলৰ বিষয়ে চিহ্ন । object_type চাবিৰ মান "drawer-object" হিচাপে ধাৰ্য হ'লে এই চাবি কাৰ্যকৰী হ'ব । মান সত্য হ'লে, "আনলক কৰক" menuitem ব্যৱহাৰ কৰি বস্তু প্ৰথমে আনলক নকৰি ব্যৱহাৰকৰ্তা এপ্লেটেৰ স্থান পৰিবৰ্তন কৰিবলৈ সক্ষম ন'হ'ব । মান সত্য হ'লে, পেনেলৰ সোঁফালৰ (বা উলম্ব পেনেলৰ ক্ষেত্ৰত তলৰ প্ৰান্ত) প্ৰান্ত অনুযায়ী বস্তুৰ স্থান নিৰ্ধাৰণ কৰা হ'ব । পেনেলৰ চিহ্নিত বস্তুৰ অৱস্থান । বাওঁফালৰ (বা উলম্ব পেনেলৰ ক্ষেত্ৰত ওপৰত) প্ৰান্তৰ পৰা পিক্সেলৰ সংখ্যা অনুযায়ী স্থান নিৰ্ধাৰণ কৰা হয় । চিহ্নিত বস্তু ধাৰণকাৰী ঊৰ্ধ্ব-স্তৰৰ পেনেলৰ বিষয় চিহ্ন । পেনেল এনিমেছনৰ গতি । সম্ভাব্য মান হ'ল "slow (স্বল্প গতি)","medium (মধ্যম গতি)" আৰু "fast (দ্ৰুত গতি)" । enable_animations চাবিৰ মান সত্য হ'লে ইয়াক কাৰ্যকৰী হ'ব । পেনেল স্বয়ংক্ৰিয়ভাবে কোণত লুকালে যি সংখ্যক পিক্সেল প্ৰদৰ্শিত হ'ব সেইটো নিৰ্ধাৰণ কৰে । auto_hide চাবিৰ মান সত্য হ'লে ইয়াক কাৰ্যকৰী হ'ব । পেনেলৰ অঞ্চলত পইন্টাৰ উপস্থিত হোৱাৰ পিছত স্বয়ংক্ৰিয়ভাবে পেনেল পুনঃৰায় প্ৰদৰ্ছন কৰাৰ মধ্যবৰ্তী সময়ৰ ব্যৱধান মিলিছেকেণ্ড নিৰ্ধাৰণ কৰে । auto_hide চাবিৰ মান সত্য হ'লে ইয়াক কাৰ্যকৰী হ'ব । পেনেলৰ অঞ্চলৰ পৰা পইন্টাৰ যোৱা পিছত স্বয়ংক্ৰিয়ভাবে পেনেল পুনঃৰায় লুকুৱাতবৰ্তী সময়ৰ ব্যৱধান মিলিছেকেণ্ড নিৰ্ধাৰণ কৰে । auto_hide চাবিৰ মান সত্য হ'লে ইয়াক কাৰ্যকৰী হ'ব । মান সত্য হ'লে, হাইড-বুটামৰ ওপৰত কাঁড়চিহ্ন আঁকা হ'ব । enable_buttons ৰ মান সত্য হ'লে এই বৈশিষ্ট্য ব্যৱহাৰ কৰা সম্ভব হ'ব । মান সত্য হ'লে, পেনেলৰ প্ৰতি ধাৰে বুটাম স্থাপন কৰা হ'ব যিসমূহৰ সহায়ে পেনেল পৰ্দাৰ এটা প্ৰান্তলৈ স্থানান্তৰ কৰা হ'ব আৰু অকল এটা বুটাম প্ৰদৰ্শিত হ'ব । মান সত্য হ'লে, পেনেলত লুকুৱা আৰু প্ৰদৰ্ছন তৎ‌ক্ষনাৎ‌ ন'হৈ এনিমেছনৰ মাধ্যমে কৰা হ'ব । মান সত্য হ'লে, পেনেলৰ ওপৰতৰ পৰা পইন্টাৰ লৰোৱা হ'লে পেনেল স্বয়ংক্ৰিয়ৰূপে পৰ্দায় কোণত লুকুৱা হয় । এই কোণত পইন্টাৰ নিলে পেনেল পুনঃ প্ৰদৰ্শিত হ'ব । মান সত্য হ'লে y আৰু y_right চাবিসমূহ উপেক্ষা কৰা হ'ব আৰু পেনেলক পৰ্দাৰ y-অক্ষেৰ মাজত ৰখা হ'ব । পেনেলৰ আয়তন পৰিবৰ্তিত হ'লে ইয়াৰ অৱস্থান অক্ষুণ্ণ থাকিব - অৰ্থাৎ দুই প্ৰান্তত পেনেল প্ৰসাৰীত হ'ব । মান মিছা হ'লে y আৰু y_right চাবিসমূহ দ্বাৰা পেনেলৰ অৱস্থান নিৰ্ণয় কৰা হ'ব । মান সত্য হ'লে x আৰু x_right চাবিসমূহ উপেক্ষা কৰা হ'ব আৰু পেনেলক পৰ্দাৰ x-অক্ষৰ মাজত স্থাপন কৰা হ'ব । পেনেলৰ আয়তন পৰিবৰ্তিত হ'লে ইয়াৰ অৱস্থান অক্ষুণ্ণ থাকিব - অৰ্থাৎ দুই প্ৰান্তত পেনেল প্ৰসাৰীত হ'ব । মান মিছা হ'লে x আৰু x_right চাবি সমূহ দ্বাৰা পেনেলৰ অৱস্থান নিৰ্ণয় কৰা হ'ব । পৰ্দাৰ সোঁপ্ৰান্তৰ পৰা আৰম্ভ কৰি, পেনেলত y-অক্ষ অনুযায়ী চিহ্নিত অৱস্থান । মান -1 ধাৰ্য কৰিলে, মান অগ্ৰাহ্য কৰা হ'ব আৰু y চাবি-ৰ বাবে উপলব্ধ মান প্ৰয়োগ কৰা হ'ব । মান 0 তকৈ অধিক হ'লে y চাবি-ৰ মান অগ্ৰাহ্য কৰা হ'ব । অকল un-expanded মোডত এই চাবিৰ মান গণ্য কৰা হয় । expanded ত এই চাবিৰ মান উপেক্ষা কৰা হ'ব আৰু orientation চাবি দ্বাৰা ধাৰ্য মান অনুযায়ী পৰ্দাৰ উপৰ পেনেলৰ স্থান নিৰ্ধাৰণ কৰা হ'ব । পৰ্দাৰ সোঁপ্ৰান্তৰ পৰা আৰম্ভ কৰি, পেনেলত x-অক্ষ অনুযায়ী চিহ্নিত অৱস্থান । মান -1 ধাৰ্য কৰিলে, মান অগ্ৰাহ্য কৰা হ'ব আৰু x চাবি ৰ বাবে উপলব্ধ মান প্ৰয়োগ কৰা হ'ব ।মান 0 তকৈ অধিক হ'লে x চাবি ৰ মান অগ্ৰাহ্য কৰা হ'ব । অকল un-expanded মোডত এই চাবিৰ মান গণ্য কৰা হয় । expanded ত এই চাবিৰ মান উপেক্ষা কৰা হ'ব আৰু orientation চাবি দ্বাৰা ধাৰ্য মান অনুযায়ী পৰ্দাৰ উপৰ পেনেলৰ স্থান নিৰ্ধাৰণ কৰা হ'ব । y-অক্ষেৰ ওপৰত পেনেলৰ অৱস্থান । অকল অপ্ৰসাৰীত মোডত ইয়াক কাৰ্যকৰী হ'ব । প্ৰসাৰীত মোডত এই চাবিৰ মান অগ্ৰাহ্য কৰা হয় আৰু পেনেলৰ নিৰ্ধাৰিত দিশ অনুযায়ী পৰ্দাৰ নিৰ্দিষ্ট প্ৰান্তত সেইটো স্থাপন কৰা হয় । x-অক্ষেৰ ওপৰত পেনেলৰ অৱস্থান । অকল অপ্ৰসাৰীত মোডত ইয়াক কাৰ্যকৰী হ'ব । প্ৰসাৰীত মোডত এই চাবিৰ মান অগ্ৰাহ্য কৰা হয় আৰু পেনেলৰ নিৰ্ধাৰিত দিশ অনুযায়ী পৰ্দাৰ নিৰ্দিষ্ট প্ৰান্তে সেইটো স্থাপন কৰা হয় । পেনেলৰ উচ্চতা (উলম্ব পেনেলৰ ক্ষেত্ৰত প্ৰস্থ) । কাৰ্যকালত ফন্টৰ মাপ আৰু অন্যান্য চিহ্ন অনুযায়ী পেনেলৰ সৰ্বনিম্ন মাপ স্বয়ংক্ৰিয়ৰূপে নিৰ্ধাৰণ কৰা হ'ব । সৰ্বোচ্চ মাপ স্ক্ৰিনৰ উচ্চতাৰ (বা প্ৰস্থৰ) এক-চতুৰ্থাংশে নিৰ্ধাৰণ কৰা হয় । পেনেলৰ দিশ । সম্ভাব্য মান হ'ল "top (ওপৰত)", "bottom (তলত)", "left (বাওঁফালে)", "right (সোঁফালে)" । প্ৰসাৰীত মোডত এই মানৰ দ্বাৰা পৰ্দাৰ ওপৰত পেনেলৰ প্ৰান্ত নিৰ্ধাৰণ কৰা হয় । অপ্ৰসাৰীত মোডত "top (ওপৰত)" আৰু "bottom (তলত)" মান দুত পাৰ্থক্য অতি তুচ্ছ-অনুভূমিক পেনেল নিৰ্দেশ কৰে-কিন্তু পেনেলৰ স্থাপিত বস্তুৰ আচৰণ সম্বন্ধে কিছু ইঙ্গিত প্ৰদান কৰে । উদাহৰণ স্বৰূপ, "top (ওপৰত)" পেনেলৰ মেনুৰ বুটামৰ দ্বাৰা প্ৰদৰ্শিত মেনু পেনেলৰ তলত দৃশ্যমান হ'ব আৰু "bottom (তলত)" পেনেলৰ মেনু পেনেলৰ ওপৰত প্ৰদৰ্শিত হ'ব । মান সত্য হ'লে, পেনেলৰ দ্বাৰা পৰ্দাৰ সম্পূৰ্ণ প্ৰস্থ (উলম্ব পেনেলৰ ক্ষেত্ৰত দৈৰ্ঘ্য) দখল কৰা হ'ব । এই মোডত পেনেল অকল পৰ্দাৰ এটা প্ৰান্তত স্থাপন কৰা হ'ব । মান মিছা হ'লে, পেনেল অকল সমস্ত এপ্লেট, লঞ্চাৰ আৰু বুটাম ধাৰণ কৰাৰ বাবে প্ৰয়োজনীয় মাপ অনুযায়ী নিৰ্মিত হ'ব । Xinerama ছেট-আপত, প্ৰত্যেক মনিটৰে পেনেল স্থাপন কৰা সম্ভব । বৰ্তমানে পেনেল প্ৰদৰ্ছনকাৰী মনিটৰ এই চাবিৰ দ্বাৰা চিনাক্ত কৰা হয় । একাধিক-পৰ্দাসহ ছেট-আপত আপুনি প্ৰত্যেক পৰ্দাৰ বাবে পেনেল ৰাখিব পাৰে । বৰ্তমানে পেনেল প্ৰদৰ্ছনকাৰী পৰ্দা চিনাক্ত কৰিবলৈ এই চাবি ব্যৱহৃত হ'ব । এই পাঠযোগ্য নামৰ দ্বাৰা আপুনি পেনেলক চিনাক্ত কৰিবলৈ পাৰিব । ইয়াৰ মূল উদ্দেশ্য পেনেল সংযোগক্ষেত্ৰৰ শিৰোনাম চিহ্নিত কৰা, যি পেনেল অদল-বদল কৰাৰ সময় সহায় কৰে । মান সত্য হ'লে, উলম্ব দিশত নিৰ্ধাৰিত পেনেলৰ ক্ষেত্ৰত পটভূমিৰ ছবি ঘূৰোৱা হ'ব । মান সত্য হ'লে, পেনেলৰ মাপ অনুযায়ী ছবিৰ মাত্ৰা নিৰ্ধাৰিত হ'ব । ছবিৰ এসপেক্ট অনুপাত ৰক্ষা কৰা ন'হ'ব । মান সত্য হ'লে, পেনেলৰ উচ্চতা (অনুভূমিকৰ ক্ষেত্ৰত) অনুসাৰে ছবিৰ মাত্ৰা নিৰ্ধাৰিত হ'ব (ছবিৰ এসপেক্ট অনুমাত অক্ষুণ্ণ থাকিব) । পটভূমিৰ ছবি হিচাপে ব্যৱহৃত নথিপত্ৰ নিৰ্ধাৰণ কৰে । ছবিত আল্ফা চেনেল উপস্থিত থাকিলে ডেস্কট'প পটভূমিৰ ছবি সৈতে ছবি গঠিত হ'ব । পটভূমি ৰঙৰ অসচ্ছ্বতা নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত হয় । ব্যৱহৃত ৰং সম্পূৰ্ণ অস্বচ্ছ ন'হ'লে (মান ৬৫৫৩৫ ৰ পৰা কম হ'লে) ডেস্কট'পতৰ পটভূমী ছবিৰ সৈতে ৰং মিলায় লোৱা হ'ব । #RGB আকৃতিত পেনেলৰ পটভূমিৰ ৰঙ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত হয় । এই পেনেলৰ বাবে ব্যৱহৃত পটভূমিৰ প্ৰকৃতি । সম্ভাব্য মান হ'ল "gtk" - অবিকল্পিত GTK+ উইজেট‌ পটভূমি ব্যৱহৃত হ'ব, "color (ৰঙ)" - বাচি লোৱা ৰঙ পটভূমিত ব্যৱহৃত হ'ব বা "image (ছবি)" - নিৰ্বাচিত ছবি পটভূমিতে ব্যৱহৃত হ'ব । /apps/panel/profiles/default ত উপস্থিত ব্যৱহাৰকৰ্তাৰ পূৰ্ববৰ্তী বিন্যাস /apps/panel ৰ নতুন অৱস্থানত নকল কৰা হৈছে নে নাই উল্লেখ কৰিবলৈ ব্যৱহৃত এটা বুলিয়েন ফ্লেগ । পেনেল অবজেক্ট ID ৰ এটা তালিকা । প্ৰত্যেক ID ৰ দ্বাৰা এটা পেনেল অবজেক্ট (উদাহৰণ, লঞ্চাৰ, কৰ্ম নিৰ্দেশক বুটাম বা মেনু বুটাম/বাৰ) চিহ্নিত কৰা হ'ব । এই সমস্ত এপ্লেটেৰ বৈশিষ্ট্য /apps/panel/objects/$(id) ত লিখা আছে । পেনেল এপ্লেট ID ৰ এটা তালিকা । প্ৰত্যেক ID ৰ দ্বাৰা এটা পেনেল এপ্লেট চিহ্নিত কৰা হ'ব । এই সমস্ত এপ্লেটেৰ বৈশিষ্ট্য /apps/panel/applets/$(id) ত লিখা আছে । পেনেল ID ৰ এটা তালিকা । প্ৰত্যেক ID ৰ দ্বাৰা ঊৰ্ধ্ব স্তৰৰ এটা পেনেল চিহ্নিত কৰা হ'ব । এই সমস্ত পেনেলৰ বৈশিষ্ট্য /apps/panel/toplevels/$(id) ত লিখা আছে । মান সত্য হ'লে, "অনুপ্ৰয়োগ চলাওক" সম্বাদ বাকচত স্বয়ংক্ৰিয় তথ্যপূৰণ ব্যৱস্থা উপলব্ধ কৰা হ'ব । যদি মান সত্য হয়, তেনেহ'লে "অনুপ্ৰয়োগ চলাওক" সম্বাদ খোলাৰ সময় "পৰিচিত অনুপ্ৰয়োগ" ৰ তালিকা বিস্তাৰিতভাবে প্ৰদৰ্শিত হ'ব । enable_progam_list ৰ মান যদি সত্য হয় তেনেহ'লে ইয়াক কাৰ্যকৰী হয় । যদি মান সত্য হয়, তেনেহ'লে "অনুপ্ৰয়োগ চলাওক" সম্বাদ বাকচত "পৰিচিত অনুপ্ৰয়োগ সমূহ" তালিকা প্ৰদৰ্ছন কৰা হয় ।এই তালিকা বিস্তাৰিত ভাবে প্ৰদৰ্শিত হ'ব নে নাই সেইটো নিৰ্ধাৰণ কৰে show-program-listing ৰ মান । মান সত্য হ'লে, বলপূৰ্বক অনুপ্ৰয়োগ বন্ধ কৰাৰ বুটামৰ ব্যৱহাৰ পেনেলৰ দ্বাৰা নিষ্ক্ৰিয় কৰা হ'ব আৰু ব্যৱহাৰকৰ্তা বলপূৰ্বক কোনো অনুপ্ৰয়োগ বন্ধ কৰিবলৈ সক্ষম ন'হ'ব । মান সত্য হ'লে, প্ৰস্থান মেনুৰ ব্যৱহাৰ পেনেলৰ দ্বাৰা নিষ্ক্ৰিয় কৰা হ'ব আৰু ব্যৱহাৰকৰ্তাৰা প্ৰস্থান কৰিবলৈ সক্ষম ন'হ'ব । সঠিক লক-ডাউন কাৰ্যকৰী কৰাৰ উদ্দেশ্যে এই চাবি ব্যৱহাৰ কৰা নায়াব । ইয়াৰ ফলত এইটো অবচিত হৈছে । ইয়াৰ পৰিবৰ্তে /desktop/gnome/lockdown/disable_lock_screen চাবি ব্যৱহাৰ কৰা হ'ব । পেনেলৰ দ্বাৰা অগ্ৰাহ্য কৰাৰ উদ্দেশ্যে চিহ্নিত এপ্লেট IID ৰ তালিকা । এই ব্যৱস্থাত আপুনি সুনিৰ্দিষ্ট কিছু এপ্লেটক মেনুত লোড বা প্ৰদৰ্ছন হোৱা প্ৰতিৰোধ কৰিবপাৰিব । উদাহৰণস্বৰূপ, mini-commander এপ্লেট নিষ্ক্ৰিয় কৰিবলৈ এই তালিকাত 'OAFIID:GNOME_MiniCommanderApplet' যোগ কৰক । ইয়াক প্ৰয়োগ কৰিবলৈ পেনেল পুনঃ আৰম্ভ কৰা আৱশ্যক । মান সত্য হ'লে পেনেলৰ বিন্যাস সংক্ৰান্ত কোনো পৰিবৰ্তন কৰা সম্ভব ন'হ'ব । তথাপি, প্ৰতি এপ্লেট সম্ভৱতঃ পৃথকৰূপে লক কৰাৰ প্ৰয়োজন দেখা দিব পাৰে । এই পৰিবৰ্তন প্ৰয়োগ কৰাৰ বাবে পেনেল পুনঃ আৰম্ভ কৰা আৱশ্যক । মান সত্য হ'লে, ব্যৱহাৰকৰ্তাৰ দ্বাৰা লঞ্চাৰৰ ওপৰত পইন্টাৰ স্থাপন কৰিলে তাৰ ঔজ্জ্বল্য বৃদ্ধি পাব । মান সত্য হ'লে, পেনেল অপসাৰণ কৰ্মত ব্যৱহাৰকৰ্তাক সম্মতি জ্ঞাপন কৰাৰ অনুৰোধ জনায় সম্বাদ বাকচ প্ৰদৰ্ছন কৰা হ'ব । মান সত্য হ'লে, ড্ৰয়াৰত কোনো লঞ্চাৰত ক্লিক কৰিলে স্বয়ংক্ৰিয়ভাবে ড্ৰয়াৰ বন্ধ কৰা হ'ব । মান সত্য হ'লে, পেনেল অবজেক্টৰ বাবে টুলটিপ প্ৰদৰ্শিত হ'ব । ৰেডাৰ মেৰ উদ্ধাৰ কৰিব লগা স্বনিৰ্বাচিত url । মান true হ'লে "radar" চাবিৰ দ্বাৰা চিহ্নিত অবস্থানৰ পৰা ৰেডাৰ মেপ প্ৰাপ্ত কৰা হ'ব । প্ৰত্যেক উন্নয়নত এটা ৰেডাৰ মেৰ পাব । তাপমাত্ৰা মাপৰ একক । বায়ুৰ গতি মাপৰ একক । চাপ মাপৰ একক । দৃষ্টিসীমা মাপৰ বাবে ব্যৱহৃত একক । ইংৰাজী এককৰ পৰিবৰ্তে মেট্ৰিক একক ব্যৱহৃত হ'ব স্বয়ংক্ৰিয় উন্নয়নৰ মধ্যবৰ্তী বিৰতি, ছেকেণ্ডত । এপ্লেট দ্বাৰা স্বয়ংক্ৰিয়ৰূপে বতৰ সংক্ৰান্ত পৰিসংখ্যা উন্নত কৰা হ'ব নে নহয় নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত । gconf-সম্পাদক পঞ্জিকাৰ পত্ৰচিহ্ন